Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-1)Assam Police, TET, APDCL, Forest Guard & Other Comparative Exam

       


1. ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমান খন জিলা আছিল?





ANSWER= Ans : ১৩

 

2. ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোন খন ?




ANSWER= Ans : গুজৰাট

 

3. ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্য উৎপত্তি হৈছিল?





ANSWER= Ans : মধ্যযুগ

 

4. কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল Table Tennis?





ANSWER= Ans : চীন

 

5. হিন্দী দিৱস কেতিয়া পালন কৰা হয়?





ANSWER= Ans : ১৪ চেপ্টেম্বৰ

 

6. তলত দিয়া কোনখন ঠাইত কাগজকল নাই ?





ANSWER= Ans : নুমলিগড়

 

7. অসমীয়া কেলেণ্ডাৰত কোনটো মাহ ৩২ দিনৰ হয়?





ANSWER= Ans : আহাৰ

 

8. মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদান বিধ কি?





ANSWER= Ans : অক্সিজেন

 

9. কাছাৰৰ পুৰণি নাম কি আছিল?





ANSWER= Ans : হিড়িম্বা

 

10. সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল?





ANSWER= Ans : কপাৰ্নিকাছ

 

11. কামাখ্যা মন্দিৰ কোন জন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল?





ANSWER= Ans : নৰনাৰায়ণ

 

12. ওড়িশাৰ দুখ বুলি কোন খন নদীক কোৱা হয়?





ANSWER= Ans : মহানদী

 

13. ৫১তম দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে?





ANSWER= Ans : ৰজনীকান্ত

 

14. ভাৰতৰ সৰ্ববৃহৎ নিমখ উৎপাদক ৰাজ্য কোন খন?





ANSWER= Ans : গুজৰাট

 

15. মহাকাশত উপনীত হোৱা প্ৰথম ব্যক্তি কোন আছিল?





ANSWER= Ans : য়ুৰি গাগৰিন

 

16. স্বাধীন ভাৰতত প্ৰথমখন অ - কংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল?





ANSWER= Ans : কেৰালা

 

17. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?





ANSWER= Ans : আশাপূৰ্ণা দেৱী

 

18. বিশ্ব বাণিজ্য সংস্থা ( World Tread Organization )ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?





ANSWER= Ans : জেনেভা

 

19. ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল?





ANSWER= Ans : ছাৰ আকবৰ হাইদৰী

 

20. সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা আছে?





ANSWER= Ans : অনুচ্ছেদ ১২৩






Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Telegram / Whats App

WhatsApp Group Join Now
Telegram Group Join Now

Ads Area