Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-4) // Assam Police, TET, Forest Gourd & Other Comparative Exam

       


Q. লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ' ৰসৰাজ ' উপাধি প্ৰদান কৰিছিল?





ANSWER= 1931

 

Q. ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?





ANSWER= 2.39%

 

Q. লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?





ANSWER= ১৯২৪ গুৱাহাটীী

 

Q. কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল?





ANSWER= গদাধৰ সিংহ

 

Q. সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়?





ANSWER= ২৭ মাৰ্চ

 

Q. অলপতে ভাৰত আৰু কোনখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে পেত্ৰাপলত এটা নতুন যাত্ৰী টাৰ্মিনেল ভৱন উদ্ঘাটন কৰা হৈছে?





ANSWER= বাংলাদেশ

 

Q. ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ পুৰস্কাৰ বঁটা ( অসমীয়া ভাষাত ) কোনে লাভ কৰিবলৈ সক্ষম হৈছে?





ANSWER= দিগন্ত বিশ্ব শৰ্মাড

 

Q. জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোন খন?





ANSWER= নগাওঁ

 

Q. ' ভক্তি ৰত্নাকৰ ' নামৰ তত্ত্ব মূলক গ্ৰন্থখন কাৰ ৰচনা?





ANSWER= শ্ৰীমন্ত শংকৰদেৱ

 

Q. সংবিধান খনক এখন ' পবিত্ৰ দস্তাবেজ ' বুলি কোনে কৈছিল?





ANSWER= বি আৰ আম্বেদকাৰ

 

Q. সৰ্বানন্দ সিংহ ৰজা আছিল -





ANSWER= মটক সকলৰ

 

Q. শালস্তম্ভ বংশৰ ৰাজধানী আছিল -





ANSWER= হাৰূপেশ্বৰ

 

Q. জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?





ANSWER= ৰুদ্ৰ সিংহ

 

Q. কোনজন ৰজাৰ ৰাজত্বকালৰে পৰা আহোম সকলৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?





ANSWER= ৰুদ্ৰ সিংহ

 

Q. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল?





ANSWER= জয়ধ্বজ সিংহ

 

Q. আহোম যুগৰ ইতিহাসপ্ৰসিদ্ধ কাৰেংঘৰ বৰ্তমান শিৱসাগৰ জিলাৰ ক'ত অৱস্থিত?





ANSWER= গড়গাওঁ

 

Q. কোনজন আহোম ৰজাই আৰু কেতিয়া কাৰেংঘৰ নিৰ্মাণ কৰিছিল?





ANSWER= ১৭৫১ চনত ৰাজেশ্বৰ সিংহই

 

Q. চুতীয়া সকলৰ শেষ ৰজা কোন আছিল?





ANSWER= নীতিপাল

 

Q. আহোমসকলৰ বিবাহ প্ৰথাক জনা যায় -





ANSWER= চকলং

 

Q. গদাধৰ সিংহৰ আহোম নাম কি আছিল?





ANSWER= চুপাটফা

 

Q. কেপ্টেইন অমৰিন্দৰ সিংৰ পদত্যগৰ পাছত পাঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী কোন নিৰ্বাচিত হৈছে?





ANSWER= চৰণজিত সিং চন্নি

 

Q. ' India against ifself ' নামৰ গ্ৰন্থখনৰ লেখক কোন?





ANSWER= সঞ্জীৱ বৰুৱা

 

Q, Pratham অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?





ANSWER= মুকতাৰ

 

Q. পোন Pratham বাৰৰ বাবে বিশ্বকাপ ফুটবলত champion হোৱা দেশ ?





ANSWER= উৰগোৱে

 

Q. ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন হৈছিল?





ANSWER= বিষ্ণুৰাম মেধি






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Telegram / Whats App

WhatsApp Group Join Now
Telegram Group Join Now

Ads Area