Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-6) // Assam Police, TET, Forest Gourd & Other Comparative Exam

       


Q. বংগৰ পৰা অসম পৃথক হৈছিল ?





ANSWER= 1874

 

Q. বংগ বিভাজন কেতিয়া হৈছিল ?





ANSWER= 1905

 

Q. ভূপাল গেছ দূৰঘটনা কিমান চনত হৈছিল ?আৰু তাৰ পৰা উলোৱা গেছবিধ কি আছিলে ?





ANSWER= 1984 mic

 

Q. কোনজন আহোম ৰজাৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল?





ANSWER= গদাধৰ সিংহ

 

Q. অসমৰ ' লৌহ পুৰুষ ' নামেৰে কাক জনা যায়?





ANSWER= বিষ্ণুৰাম মেধি

 

Q. অলপতে বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হ'ল?





ANSWER= ২১ ছেপ্টেম্বৰ

 

Q. অলপতে আন্তৰাষ্ট্ৰীয় মুদ্ৰা কোষ ( IMF ) এ কোনখন দেশক দিব লগা পুঁজিত প্ৰতিবন্ধ প্ৰয়োগ কৰিছে?





ANSWER= আফগানিস্তান

 

Q. অলপতে দেশৰ পৰৱৰ্তী বায়ুসেনাৰ অধ্যক্ষ ৰূপে কাৰ নাম ঘোষণা কৰা হৈছে?





ANSWER= ভি আৰ চৌধুৰী

 

Q. অলপতে Punjaba ৰ নতুন ৰাজ্য পাল নিযুক্তী পালে





ANSWER= banwari lal purahit

 

Q. ' অসম প্ৰাথমিক শিক্ষা আইন ' কিমান চনত গৃহীত হৈছিল?





ANSWER= ১৯২৬

 

Q. জাতীয় শিক্ষা নীতি, ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল?





ANSWER= ৰাজীৱ গান্ধী

 

Q. চিলাৰায় নামেৰে কাক জনা গৈছিল?





ANSWER= শুক্লধ্বজ

 

Q. ৰবাৰ্ট ব্ৰুচে অসমত কেতিয়া চাহৰ আবিস্কাৰ কৰিছিল?





ANSWER= ১৮২৩

 

Q. 2007 চনত arjun ব্ঁটা কোনে পাইছিল ?





ANSWER= জয়ন্ত তালুকদাৰ

 

Q. কোন আহোম ৰজাই আটাইতকৈ পুৰনি মূদ্ৰা পছলন কৰিছিল ?





ANSWER= জয়ধ্বজ সিংহ

 

Q. মানুহৰ শৰীৰৰ কোনটো অংগক ' Voice box ' বুলি কোৱা হয়?





ANSWER= স্বৰযন্ত্ৰ ( larynx )

 

Q. shadhinata পুনৰুদ্ধাৰ শেষ ৰন শন কি ?




ANSWER= মহঁগড়ৰ ৰন 1822

 

Q. ৰাষ্ট্ৰীয়া মানৱ অধিকাৰ আইন কিমান চনত গৃহীত হৈছিল ?





ANSWER= ১৯৪৮ ডিছেম্বৰ ৯

 

Q. ভাৰত চৰকাৰ আইন কেতিয়া গঠন হৈছিল ?





ANSWER= 1935

 

Q. সংবিধান সভাৰ pratham খন বৈঠক কেতিয়া গঠন হৈছিল ?





ANSWER= 1946

 

Q. কোষ পোন প্ৰথমে ৰবাৰ্ট হুকে কিমান চনত আৱিষ্কাৰ কৰিছিল?





ANSWER= ১৬৬৫

 

Q. অসম চুক্তি স্বাক্ষৰিত হৈছিল -





ANSWER= ১৫ আগষ্ট ১৯৮৫

 

Q. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কত অনুষ্ঠিত হৈছিল?





ANSWER= শিৱসাগৰ

 

Q. বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?





ANSWER= পুষ্য বৰ্মণ

 

Q. অভিৰুছি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?





ANSWER= ৩ ছেপ্টেম্বৰ






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Telegram / Whats App

WhatsApp Group Join Now
Telegram Group Join Now

Ads Area