Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-2) || Assam Police, TET, Forest Gourd & Other Comparative Exam

       


21. কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়?





ANSWER= Ans : ২ ডিচেম্বৰ

 

22. চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল?





ANSWER= Ans : চাণক্য

 

23. ড: সৰ্বেপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?





ANSWER= Ans : ছোভিয়েট ইউনিয়ন

 

24. দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়?





ANSWER= Ans : চলচ্চিত্ৰ

 

25. ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল?





ANSWER= Ans : 1498 AD

 

26. When did Delhi became the capital of India? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল?





ANSWER= Ans : 1911

 

27. Which metal first used by man? মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল?





ANSWER= Ans : তাম

 

28. অসমৰ বৰষূণ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত?





ANSWER= Ans : যোৰহাট

 

29. ভাৰতত বগা মৰুভূমি কত অৱস্থিত?





ANSWER= Ans : গুজৰাট

 

30. কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়?





ANSWER= Ans : বৰপেটা

 

31. আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথম বাৰৰ বাবে ( ১৯৪৮ চনত ) কত প্ৰতিষ্ঠা কৰা হৈছিল?





ANSWER= Ans : শালনীবাৰী

 

32. SAARC ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?





ANSWER= Ans : কাঠমাণ্ডু

 

33. নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল?





ANSWER= Ans : ১৯৫৫

 

34. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?





ANSWER= Ans : হীৰালাল জে কানিয়া

 

35. ' সত্যমেৱ জয়তে ' বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে?





ANSWER= Ans : মুণ্ডক উপনিষদ

 

36. ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?





ANSWER= Ans : কেৰালা

 

37. অসম ' ক্ৰীড়া দিৱস ' কোন তাৰিখে পালন কৰা হয়?





ANSWER= Ans : ১৭ অক্টোবৰ

 

38. কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰিছিল?





ANSWER= Ans : পুৰন্দৰ সিংহ

 

39. ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ কিমানজন কৃষকৰ মৃত্যু হৈছিল?





ANSWER= Ans : ৫৪ জন

 

40. যোৰহাট জিলাত অৱস্থিত বিমান বন্দৰটোৰ নাম কি?





ANSWER= Ans : ৰৰৈয়া বিমানবন্দৰ





Assam GK Quiz (Part-6) : Click Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Telegram / Whats App

📞 WhatsApp Group 👉 Join Now
Telegram Group 👉 Join Now

Ads Area