Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-3) // Assam Police, TET, Forest Gourd & Other Comparative Exam

       


41. আজানপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত?





ANSWER= Ans : শৰাগুৰি চাপৰি , শিৱসাগৰ

 

42. এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল?





ANSWER= Ans : ভোগেশ্বৰ বৰুৱা

 

43. তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত?





ANSWER= Ans : বৰনদী

 

44. গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী কোন নিৰ্বাচিত হৈছে?





ANSWER= Ans : ভুপেন্দ্ৰ পেটেলৰ

 

45. ' অজগৰ ' কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম?





ANSWER= Ans : চৈয়দ আব্দুল মালিক

 

46. ' ফেৰেংগাদাও ' নামৰ উপন্যাসখনৰ লেখক কোন?





ANSWER= Ans : মেদিনী চৌধুৰী

 

47. তলৰ কোনখন ৰাজ্যক ১৯৬৩ চনত অসমৰ পৰা পৃথক কৰা হৈছিল?





ANSWER= Ans : নাগালেণ্ড

 

48. ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল্ মহোৎসৱ উদযাপন কৰা হয়?





ANSWER= Ans : নাগালেণ্ড

 

49. ' গুমৰাগ ' কি?





ANSWER= Ans : নৃত্য

 

50. অসমক কোন নদীৰ দেশ বুলি কোৱা হয়?





ANSWER= Ans : ৰঙা নদী

 

51. অসমক কোন পাহাৰৰ দেশ বুলি কোৱা হয়?





ANSWER= Ans : নীলা পাহাৰ

 

52. অসমৰ কোন জিলাত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হয়?





ANSWER= Ans : শোণিতপুৰ

 

53. বাৰেচহৰীয়া ভাওনা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?





ANSWER= Ans : ৫ বছৰ

 

54. ' ভক্তি ৰত্নাৱলী ' নামৰ তত্ত্ব মূলক গ্ৰন্থখন কাৰ ৰচনা?





ANSWER= Ans : শ্ৰী শ্ৰী মাধৱদেৱ

 

55. ' Vijay Hazare trophy ' কোনটো খেলৰ লগত জৰিত?





ANSWER= Ans : ক্ৰিকেট

 

56. পাঞ্জাবৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে?





ANSWER= Ans : বানোৱাৰীলাল পুৰোহিত

 

57.লোকসভা কোনে ভংগ কৰিব পাৰে?





ANSWER= Ans : মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মৰ্মে ৰাষ্ট্ৰপতি

 

58. দেশৰ বিত্তীয় বিল কোনখন সদনত উত্থাপন কৰিব পাৰি?





ANSWER= Ans : কেৱল লোকসভা

 

59. কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল?





ANSWER= Ans : ১৯৪৬

 

60. ' মানচেষ্টাৰ অফ অসম ' বুলি কোৱা হয় ?





ANSWER= Ans : শুৱালকুছি






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Telegram / Whats App

WhatsApp Group Join Now
Telegram Group Join Now

Ads Area