Type Here to Get Search Results !

Header Ads

Assam GK Important MCQ (Part-5) // Assam Police, TET, Forest Gourd & Other Comparative Exam

       


Q. চুতীয়া ৰাজ্যৰ শেষ ৰজা





ANSWER= নীতিপাল

 

Q. ' ফালকন উৎসৱ ' ( Falcon Festival ) ক'ত উদযাপন কৰা হয়?





ANSWER= উমৰাংছু

 

Q. পৃথিৱীত কিমান শতাংশ পানীয়ে আৱৰি আছ ?





ANSWER= ৭১%

 

Q. ' Discovery of Assam ' নামৰ গ্ৰন্থখনৰ লেখক কোন?





ANSWER= সতীশচন্দ্ৰ কাকতি

 

Q. চান্দুবি উৎসৱ পালন কৰে -





ANSWER= ৰাভা

 

Q. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কেতিয়া মৃত্যু হৈছিল?





ANSWER= ১৯৬৯

 

Q. বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?





ANSWER= যমুনা

 

Q.' লুইত কোঁৱৰ ' বুলি কাক জনা যায়?





ANSWER= ৰুদ্ৰ বৰুৱা

 

Q. বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?





ANSWER= আত্মাৰাম শৰ্মা

 

Q. ' সোণৰ চামূচ মুখত লৈ ' কাৰ আত্মজীৱনী?





ANSWER= প্ৰণৱজ্যোতি ডেকা

 

Q. সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল?





ANSWER= প্ৰতিমা পাণ্ডে বৰুৱা

 

Q. ' আধালিখা দস্তাবেজ ' কাৰ আত্মজীৱনী?





ANSWER= মামণি ৰয়ছম গোস্বামী

 

Q. কিমান চনত বাবৰি মছজিদ ধ্বংস কাণ্ড সংঘটিত হৈছিল?





ANSWER= ১৯৯২

 

Q. এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে?





ANSWER= লোকসভা অধ্যক্ষ

 

Q. অসম চুক্তি অনুসৰি কোনটো শোধনাগাৰ স্থাপন হৈছিল?





ANSWER= নুমলীগড়

 

Q. কলিকতাত অসমীয়া সাহিত্য চৰা ?





ANSWER= ১৮৭২

 

Q. যাধৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল?





ANSWER= ২০১৫

 

Q. মহ গঁড়ৰ ৰন কিমান চনত হৈছিল ?





ANSWER= ১৮২২

 

Q. বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল?





ANSWER= ১৯৫২

 

Q. বিকাশ হৈছে ?





ANSWER= জীৱনজোৰা প্ৰক্ৰিয়া

 

Q. সমকামীতাৰ কাল বুলি কোৱা হয় ?





ANSWER= বাল্যকাল

 

Q. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ( AHSEC ) কেতিয়া গঠন কৰা হৈছিল?





ANSWER= ১৯৮৪

 

Q. জাতীয় শিক্ষা নীতি কিমান চনত ঘোষণা কৰা হৈছিল?





ANSWER= ১৯৮৬

 

Q. UGC কিমান চনত গঠন হৈছিল?





ANSWER= ১৯৫৬

 

Q. পানী দিহিং অভয়াৰণ্য কোন খন জিলাত অৱস্থিত?





ANSWER= শিৱসাগৰ






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

WhatsApp Group Join Now
Telegram Group Join Now