1.Q আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল ?
Ans : পুৰন্দৰ সিংহ l
2. Q অ মোৰ আপোনাৰ দেশ টো কোনো খন আলোচনীত প্ৰকাশ পাইছিল ?
Ans : বাঁহী
3.Q. কনকলতা কোনটো আন্দোলনত মৃত্যু হৈছিল আহিছিল?
Ans : Quite India Movement
4.Q. ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন ?
Ans : ৰাকেশ শৰ্মা
5.Q. ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনাজাত?
Ans : যমুনা
6.Q. প্ৰথম ICS officer অসম?
Ans: Anundoram Borooah
7.Q. প্ৰথম medical collage?
Ans: Assam Medical College (Dibrugarh)
8.Q. কোন বছৰত মটক আৰু সাদিয়া কিংডম সংযুক্ত কৰা হৈছিল ?
Ans : 1842
9. Q. পূৰ্বতে বস্তুৰ কি দৰে আদান পদান কৰা হৈছিল ?
Ans : বিনিময় প্ৰথা
10.Q. cricket world cup প্ৰথম কিমান চনত হৈছিল?
Ans: 7 Jun 1975
11.Q. নৰনাৰায়ণ সেতু সংলগ্ন কৰা ঠাই দুখনৰ নাম কি ?
Ans: পঞ্চৰত্ন আৰু যোগীঘোপা।
12.Q. UAE মুদ্ৰা কি ?
Ans : United Arab Emirates (Dirham)
13.Q. অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছত মুখ্যমন্ত্ৰী জনৰ নাম কি ?
Ans : বিষ্ণুৰাম মেধি l
14.Q. বৰ্তমান কেবিনেট মন্ত্ৰী কোন ?
Ans : jayanta Malla Baruah
15.Q. নৰেন্দ্ৰ মোদীৰ নামেৰে কোন জেগাত ষ্টোডিয়াম বনাইছে ?
Ans : Ahmedabad.
16.Q. তলৰ কোন খন ৰাজ্য সাগৰৰ ওচৰত নাই ?
Ans : Sikkim
17. Q. ভাৰতত ৰঙিল TV কিমান চনত প্ৰকাশ পাইছিল ?
Ans: 1982
18. Q. অসম ৰাজ্যিক সংগ্ৰহালয় কত অবস্থিত...?
Ans : Guwahati
19. Q. FIFA কি?
Ans : World Cup
20. Q. Capital of Zimbabwe ?
Ans: Harare
21.Q. নীতি আয়োগৰ অধ্যক্ষ কোন??
Ans : প্ৰধানমন্ত্ৰী
22. Q. তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
Ans : Herbivore
23. Q. Group of tigers is called
Ans : streak of tigers.
24. Q. আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সমীৰেখাডালৰ নাম কি?
Ans : ডুৰাণ্ড সীমাৰেখা।
25. Q. প্ৰথম Assam Vaibhav award কোনে পাইছিল?
Ans : Ratan TATA
25. Q. ১৯৪২ চনৰ অসমৰ প্ৰথম গৰাকী ছহিদ কোন?
Ans : কনকলতা বৰুৱা।
26. Q. বেংকক কাৰ ৰাজধানী ...?
Ans : Thailand
27. Q. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ টোৰ নাম কি ...?
Ans : Aryabhatta
28. Q. ধপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়..?
Ans : 31st May.
29. Q. MP LAD আঁচনিৰ সম্পূৰ্ণ নামটো কি...?
Ans : Members of Parliament Local Area Development
30. Q. হীমা দাস কোনটো খেলৰ লগত জৰিত...?
Ans : Athletics. (SortRun)
31. Q. প্ৰথম অসমৰ বেংক টো নাম কি?
Ans : Gauhati Bank Ltd
32. Q. কোন খেলত বল ব্যৱহাৰ কৰা নহয় ?
Ans : বেডমিন্টন l
33. Q. 4th May তাৰিখে কি দিৱস পালন কৰা হয়?
Ans : International Firefighter's Day
34. Q. অসমত কোন গৰাকী খেলুৱৈ কাৰণে ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়?
Ans : Bhogeswar Baruah
35. Q. কোন খন গাড়ীৰ পৰা টোলগেতট পইচা নলয় ?
Ans : Ambulance
36. Q. বাংলাদেশৰ মুদ্ৰাক কি বুলি কোৱা হয়?
Ans : টাকা l
37. Q. ভিক্টোৰিয়া স্মাৰক অৱস্থান ভাৰতৰ কোন যেগত অৱস্থিত?
Ans : Kolkata
38. Q. কোনটো Article ত শিক্ষাৰ অধিকাৰত আছে?
Ans : Article 21-A
39. Q. বান থিয়েটার অসমৰ কোন খন জিলাত আছে?
Ans : Tezpur in 1906
40. Q. দক্ষিণ আমেৰিকাৰ ওচৰত লাগি থকা দেশখনৰ নাম কি?
Ans : Argentina, Bolivia, Brazil, Chile, Colombia, Ecuador, Guyana, Paraguay, Peru, Suriname, Uruguay, and Venezuela (Depend on the Option)
41. Q. অসম অৰুণাচলক সংযোগ কৰা গাওখন কি?
Ans : ডিৰাক (Dhola)
42. Q. প্ৰথম অসমীয়া ছনেট কোনখন magazinet প্ৰকাশ হৈছিল
Ans : Jonaki
43. Q. অসমৰ লৌহ ব্যক্তি কোন?
Ans : Bishnuram Medhi.
44. Q. হাড়গিলা প্ৰজেক্ত কোনে কৰিছিল?
Ans : Purnima devi barmon
45. Q. প্ৰথম ৰংগমঞ্চ কত অৱস্থিত?
Ans : Tezpur
46. Q. অজগৰ বুৰঞ্জী কোনে লিখিছিল?
Ans : চাওঁ নগেন হাজৰিকা
47. Q. চানক্য কোনৰজাৰ ৰাজসভাৰ কবি আছিল?
Ans : Chandragupta
48. Q. হিং কৰপৰা বেছিকৈ অনা হয়?
Ans : Iran and Afghanistan
50. Q. ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
Ans : Mohammad Bin Tughlaq
51. Q. North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?
Ans : মেঘালয়
52. Q. কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই?
Ans : যুক্তৰাষ্ট্ৰ
53. Q. পৃথিৱীৰ বৃহত্তম নদী কোনখন?
Ans : আমাজন
54. Q. 5% হাৰে 6000 টকাৰ 1 মাহৰ সুত মূল কিমান ?
Ans : 6025
56. Q. 200 ৰ 200% কিমান?
Ans : 400
57. Q. যদি দুটা সংখ্যাৰ গ: সা: উ: আৰু ল: সা: গু: ক্ৰমে 2⁵ আৰু 2⁵×7³ হয় আৰু এটা সংখ্যা 2⁷ হলে আনটো কিমান ?
Ans : 2³×7³
58. Q. প্ৰথম 20 টা স্বাভাৱিক সংখ্যাৰ যোগফল কি ?
Ans : 210
59. Q. 0.003 ক 0.3 ৰে হৰণ কৰা ?
Ans : 0.01
60. Q. (x+¹/x)² = 4² হলে x² + 1/x² = ?
Ans : 14
61. Q. 11/12 , 12/13, 13/14, 14/15 কোনটো ডাঙৰ?
Ans : 14/15
62. Q. বিজীতে কোনো এটা সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে, সামগ্ৰীটোক এনেধৰনে ক্ৰয় কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰীমূল্যৰ 20% ৰ সমান, বিক্ৰী মূল্য কিমান ?
Ans : 1000 টকা
63. Q. √1296 = X² হলে X ৰ মান কিমান ?
Ans : X=6
64. Q. 4/5 + (- 3/10) = X+1 ½ হলে X ৰ মান হব ?
Ans: X = -1
65. Q. Computer : Windows : : Mobile : ?
Ans : Android
66. Q.